মোৰ ভূমিকা :

অসম চৰকাৰ মাধ্যমিক শিক্ষা অনানুষ্ঠানিক আৰু প্ৰাপ্তবয়স্ক শিক্ষা সঞ্চালকালয়

ৰাজ্যিক সাক্ষৰতা কাৰ্য্যসূচী

অসমৰ প্ৰতিখন জিলাৰ একোটিকৈ খণ্ডিচ এই আঁচনিৰ শুভাৰম্ভ কৰা হৈছিল। ১০৬০টা কেন্দ্ৰৰ জৰিয়তে ৩১,৫০০জন অশিক্ষিত প্ৰাপ্তবয়স্ক লোকক সাঙুৰি লোৱা হৈছিল। সাক্ষৰ ভাৰত অভিযানৰ নীতি অনুসৰি কাৰ্যসম্পন্ন হৈ উঠা জিলাবোৰৰ ভিতৰৰ কিছুমান সম্পূৰ্ণ হৈ নুঠা অঞ্চলক দক্ষতাৰ সতে সাক্ষৰতা প্ৰদান কৰিবৰ বাবেই এই আঁচনি হাতত লোৱা হয়। অভিযান সম্পন্ন হোৱা জিলাৰ ভিতৰত ডিব্ৰুগড়, যোৰহাট, শিৱসাগৰ আদি আছে, যত সাক্ষৰতাৰ হাৰ সৰ্বাধিক। অথচ, তাৰ মাজতে চাহবাগান কিছুমান ৰৈ গৈছে যাৰ সাক্ষৰতাৰ হাৰ নিচেই কম।

SLP