মোৰ ভূমিকা :

অসম চৰকাৰ মাধ্যমিক শিক্ষা অনানুষ্ঠানিক আৰু প্ৰাপ্তবয়স্ক শিক্ষা সঞ্চালকালয়

মহিলা সাক্ষৰতা আঁচনি

ৰাজ্যিক পৰিকল্পনা অনুসৰি সঞ্চালকালয়ে এক নতুন আঁচনিৰ প্ৰস্তাৱ আগবঢ়াইছে যত দক্ষতা বিকাশৰ দ্বাৰা মহিলা আৰু তেওঁলোকৰ জীৱন ধাৰণৰ উত্তৰণ ঘটাব পাৰি। লগতে সাক্ষৰ ভাৰত অভিযান বহিৰ্ভুত ১১খন জিলাৰ মহিলাসকলকো শিক্ষাৰ ধাৰাবাহিকতা অটুট ৰাখিবলৈ সমৰ্থ কৰি তোলা।