মোৰ ভূমিকা :

অসম চৰকাৰ মাধ্যমিক শিক্ষা অনানুষ্ঠানিক আৰু প্ৰাপ্তবয়স্ক শিক্ষা সঞ্চালকালয়

গ্ৰাম্য পুথিভঁড়াললৈ সাহায্য অনুদান

ৰাজ্যখনৰ সাক্ষৰতাৰ আঁচনিসমূহত জনসাধাৰণৰ সহযোগিতা আৰু সমৰ্থন নিশ্চিত কৰিবৰ বাবে সাক্ষৰতাৰ দিশত কাম কৰি থকা ৫০টা গ্ৰাম্য পুথিভঁড়াললৈ অনুদান আগবঢ়াবলৈ পৰিকল্পনা কৰা হৈছে। এই পুথিভঁড়ালবোৰে প্ৰাপ্তবয়স্ক ন-শিকাৰুসকলৰ বাবে গ্ৰাম্য জ্ঞান কেন্দ্ৰৰ ভূমিকা লব পাৰিব।