মোৰ ভূমিকা :

অসম চৰকাৰ মাধ্যমিক শিক্ষা অনানুষ্ঠানিক আৰু প্ৰাপ্তবয়স্ক শিক্ষা সঞ্চালকালয়

সাম্প্ৰতিক অৱস্থা

অসমত সাক্ষৰ ভাৰত অভিযানৰ সাম্প্ৰতিক স্থিতি

পৰিচিতি:-

২০০১ চনৰ লোকপিয়ল অনুসৰি যিবোৰ জিলাত মহিলাৰ সাক্ষৰতাৰ হাৰ ৫০ শতাংশতকৈ কম তেনে জিলাত ২০০৯ চনৰ ৮ ছেপ্তেম্বৰত ৰাষ্ট্ৰীয় সাক্ষৰতা অভিযান প্ৰাধিকৰণে সাক্ষৰ ভাৰত অভিযান আৰম্ভ কৰিছিল।

সাক্ষৰ ভাৰত অভিযানৰ নিৰ্দেশাৱলী অনুসৰি বুজাবুজিৰ পত্ৰৰ সংশোধনী কৰা হয়। এই সংশোধনী অনুসৰি কাৰ্যকৰী সমিতিৰ সদস্য সচিবগৰাকী শিক্ষা সচিব (তত্বাৱধায়ক, প্ৰাপ্তবয়স্ক শিক্ষা) হয় আৰু মুখ্য সচিব হয় অধ্যক্ষ। সাধাৰণ সমিতিৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰীগৰাকী অধ্যক্ষ হয় আৰু শিক্ষা সচিবজন হয় সদস্য সচিব।

সাক্ষৰ ভাৰত অভিযানৰ ৰূপায়ণৰ বাবে পঞ্চায়তৰাজ প্ৰতিষ্ঠানসমূহক তুলি লোৱা হৈছে আৰু তিনিখন সমিতি গঠন কৰা হৈছে। সেইবোৰ হল:-

  1. জিলা পৰ্যায় :- জিলা পৰিষদৰ সভাপতিক অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়াক সদস্য সচিব হিচাপে লৈ জিলা লোক শিক্ষা সমিতি গঠন।
  2. খণ্ড পৰ্যায়: খণ্ড পঞ্চায়তৰ সভাপতিক অধ্যক্ষ আৰু খণ্ড উন্নয়ন বিষয়াক সদস্য হিচাপে লৈ খণ্ড লোক শিক্ষা সমিতি গঠন।
  3. গাঁও পঞ্চায়ত পৰ্যায় : গাঁও পঞ্চায়তৰ সভাপতিক অধ্যক্ষ আৰু প্ৰেৰকক সদস্য হিচাপে লৈ গাঁও পঞ্চায়তৰ লোক শিক্ষা সমিতি গঠন কৰা হয়। প্ৰেৰক হৈছে সাক্ষৰ ভাৰত অভিযানৰ এগৰাকী ঠিকাভিত্তিক কৰ্মচাৰী।

সাক্ষৰ ভাৰত অভিযানৰ বাহ্যিক স্থিতি:

  1. সামৰি লোৱা জিলাৰ সংখ্যা : ১২
  2. জিলাসমূহৰ নাম : ধেমাজি, শোণিতপুৰ, দৰং, বৰপেটা, বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী, গোৱালপাৰা, মৰিগাঁও, তিনিচুকীয়া, হাইলাকান্দি আৰু কাৰ্বি আংলং।
  3. লক্ষ্য স্থিৰ কৰি লোৱা নিৰক্ষৰ : ১৯,২৭,২২৭জন
  4. মুঠ নামভৰ্তি (মাৰ্চ, ২০১৭ পৰ্যন্ত) : ৯,৮৪,৩৪৬জন
  5. পাঠ্যক্ৰম সম্পূৰ্ণ কৰা মুঠ শিকাৰু : ৯,২৫,৩১৩জন
  6. সম্প্ৰতি নামভৰ্তি হৈছে : ২০,০০২জন
  7. মাৰ্চ,২০১৭ পৰ্যন্ত মুঠ প্ৰমাণ-পত্ৰ প্ৰদত্ত শিকাৰু : ৬,৫৫,৮৭৬জন

ৰাজ্যিক সাক্ষৰতা অভিযান প্ৰাধিকৰণৰ অধীনত বুনিয়াদী সাক্ষৰতাৰ বাবে বাহ্যিক লক্ষ্য অনুমোদন কৰিছে ৰাষ্ট্ৰীয় সাক্ষৰতা অভিযান প্ৰাধিকৰণে। বুনিয়াদী সাক্ষৰতা আঁচনিৰ বাহ্যিক অগ্ৰগতি এনেধৰণৰ-

ক্ৰ. নং.

বিত্তীয় বৰ্ষ

অৱত্তীৰ্ণ

উত্তীৰ্ণ

 

২০১০-১১

২১০৪৮

 

১০৯০৮

২০১১-১২

৬৪৭৭৭

 

৩৯৭১৫

২০১২-১৩

৭৪৮১৭

 

৪৩০৭২

২০১৩-১৪

১১৪৭৮৯

 

৭৬৮২৮

২০১৪-১৫

১৪৭০০৬

 

৯৪৪৭৪

২০১৫-১৬

৪,৯৪,৫৭৯

 

৩,৫২,৮৫১

২০১৬-১৭

৫৫,০২৮

 

৩৮,০২৮

 

মুঠ

৯,২৫,৩১৩

 

৬,৫৫,৮৭৬

 

 

সাংসদ আদৰ্শ গ্ৰাম যোজনাৰ অধীনত সাক্ষৰতাৰ আঁচনি:

  • ২০১৫ চনৰ আগষ্ট মাহত ভাৰত চৰকাৰে সাংসদ আদৰ্শ গ্ৰাম যোজনাৰ জৰিয়তে পূৰ্ণ শতাংশ সাক্ষৰতা প্ৰাপ্তিৰ লক্ষ্যৰে এক বিশেষ সাক্ষৰতা অভিযান আৰম্ভ কৰে।
  • অসমৰ সাতটা লোকসভা সমষ্টি ইয়াৰ বাবে তুলি লোৱা হৈছে।
  • সেই সমষ্টিকেইটা হৈছে – কেমি জেলেম (ধেমাজি), নমাটি (কাৰ্বি আংলং), ২ নং চতিয়া (শোণিতপুৰ), কলগাছিয়া (বৰপেটা), কুছিমাৰা জোৰদাঙ্গা (ধুবুৰী), মলংকাছি (তিনিচুকীয়া) আৰু মাটিজুৰি পাইকান (হাইলাকান্দি)। সাংসদ আদৰ্শ গ্ৰাম যোজনাৰ অঞ্চলবোৰে পূৰ্ণ শতাংশ সাক্ষৰতা লাভ কৰিছে। সবিশেষ এনে ধৰণৰ-

ক্ৰ. নং.

গাওঁ পঞ্চায়তৰ নাম

সাংসদ আদৰ্শ গ্ৰাম যোজনা এলেকাত চিহ্নাক্ত হোৱা নিৰক্ষৰতাৰ সংখ্যা

পৰীক্ষাত অৱত্তীৰ্ণ হোৱা শিকাৰুৰ সংখ্যা

 

পৰীক্ষাত উত্তীৰ্ণ হোৱা শিকাৰুৰ সংখ্যা

কেমি জেলেম

২৩২

 

২৩২

 

২৩২

 

নামাতি

১০০৮

 

১০০৮

 

১০০৮

 

২ নং চোতিয়া

৬১২

 

৬১২

 

৬১২

 

কলগেছিয়া

৩৬৮০

 

৩৬৮০

 

৩৬৮০

 

কোচনিমাৰা জৰদাংগা

 

৩০৫৪  

 ৩০৫৪

 ৩০৫৪

লংকাচি

৩২২০

 

৩২২০

 

৩২২০

 

মাটিজুৰি-পাইকান

২৪৩০

 

২৪৩০

 

২৪৩০

 

 

মুঠ

১৪২৩৬

 

১৪২৩৬

 

১৪২৩৬

 

 

অনুৰূপ আঁচনি :

অনৰূপ আঁচনি (Level A আৰু Level B)ৰ বাবে প্ৰকল্প প্ৰস্তাৱ দাখিল কৰিবলৈ ৰাষ্ট্ৰীয় সাক্ষৰতা অভিযান প্ৰাধিকৰণ, ভাৰত চৰকাৰে নিৰ্দেশাৱলী প্ৰস্তুত কৰে। সেই অনুসৰি ৰাজ্যিক সাক্ষৰতা অভিযান প্ৰাধিকৰণে প্ৰকল্প প্ৰস্তাৱ প্ৰস্তুত কৰি চৰকাৰলৈ আষৱশ্যকীয় অনুমোদনৰ বাবে পঠিয়াইছে। প্ৰাথমিক অৱস্থাত অনুৰূপ আঁচনিৰ জৰিয়তে অসমৰ ১২খন সাক্ষৰ ভাৰত অভিযান জিলাৰ ১,৩৪,৭৭৫জন শিকাৰুক প্ৰমাণ-পত্ৰ দিয়াৰ লক্ষ্য প্ৰস্তাৱ কৰাল হৈছে। সেই জিলাকেইখন হৈছে ধেমাজি, শোণিতপুৰ, দৰং, বৰপেটা, কোকৰাঝাৰ, বঙাইগাঁও, ধুবুৰী, গোৱালপাৰা, মৰিগাঁও, তিনিচুকীয়া, কাৰ্বি আংলং আৰু হাইলাকান্দি। Level A আৰু Level Bৰ বাবে গাঁও পঞ্চায়ত অনুসৰি প্ৰস্তাৱিত শিকাৰুসকল এনে ধৰণৰ-

ক্ৰ. নং.

জিলাৰ নাম

গাওঁ পঞ্চায়তৰ সংখ্যা

স্তৰ-এ ৰ কাৰণে প্ৰস্তাবিত শিকাৰুৰ সংখ্যা

 

স্তৰ-বি ৰ কাৰণে প্ৰস্তাবিত শিকাৰুৰ সংখ্যা

 

মুঠ

বঙাইগাওঁ

 

৬৫

৬৫০০

৩২৫০

৯৭৫০

বৰপেটা

 

১২৯

৫১৬০

২৫৮০

৭৭৪০

ধুবুৰী

 

১৬৮

৬৭২০

৩৩৬০

১০০৮০

ধেমাজি

 

৬৫

৬৫০০

৩২৫০

৯৭৫০

দৰং

 

৭৫

৬৭৫০

৩৩৭৫

১০১২৫

হাইলাকান্দি

 

৬২

৬২০০

৩১০০

৯৩০০

গোৱালপাৰা

 

৮১

৬৪৮০

৩২৪০

৯৭২০

কোকোৰাঝাৰ

 

১৪৫

২৯০০

১৪৫০

৪৩৫০

মৰিগাওঁ

 

৮৫

৭৬৫০

৩৮২৫

১১৪৭৫

১০

শোণিতপুৰ

 

১৫৮

২৮৪৪০

১৪২২০

৪২৬৬০

১১

তিনিচুকীয়া

 

৮৫

২৫৫০

১২৭৫

৩৮২৫

১২

 

কাৰ্বি আংলং

১০০

৪০০০

২০০০

৬০০০

 

মুঠ

 

১২১৮

৮৯৮৫০

৪৪৯২৫

১৩৪৭৭৫