২০০১ চনৰ লোকপিয়ল অনুসৰি যিবোৰ জিলাত মহিলাৰ সাক্ষৰতাৰ হাৰ ৫০ শতাংশতকৈ কম তেনে জিলাত ২০০৯ চনৰ ৮ ছেপ্তেম্বৰত ৰাষ্ট্ৰীয় সাক্ষৰতা অভিযান প্ৰাধিকৰণে সাক্ষৰ ভাৰত অভিযান আৰম্ভ কৰিছিল।
সাক্ষৰ ভাৰত অভিযানৰ নিৰ্দেশাৱলী অনুসৰি বুজাবুজিৰ পত্ৰৰ সংশোধনী কৰা হয়। এই সংশোধনী অনুসৰি কাৰ্যকৰী সমিতিৰ সদস্য সচিবগৰাকী শিক্ষা সচিব (তত্বাৱধায়ক, প্ৰাপ্তবয়স্ক শিক্ষা) হয় আৰু মুখ্য সচিব হয় অধ্যক্ষ। সাধাৰণ সমিতিৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰীগৰাকী অধ্যক্ষ হয় আৰু শিক্ষা সচিবজন হয় সদস্য সচিব।
সাক্ষৰ ভাৰত অভিযানৰ ৰূপায়ণৰ বাবে পঞ্চায়তৰাজ প্ৰতিষ্ঠানসমূহক তুলি লোৱা হৈছে আৰু তিনিখন সমিতি গঠন কৰা হৈছে। সেইবোৰ হল:-
সাক্ষৰ ভাৰত অভিযানৰ বাহ্যিক স্থিতি:
ৰাজ্যিক সাক্ষৰতা অভিযান প্ৰাধিকৰণৰ অধীনত বুনিয়াদী সাক্ষৰতাৰ বাবে বাহ্যিক লক্ষ্য অনুমোদন কৰিছে ৰাষ্ট্ৰীয় সাক্ষৰতা অভিযান প্ৰাধিকৰণে। বুনিয়াদী সাক্ষৰতা আঁচনিৰ বাহ্যিক অগ্ৰগতি এনেধৰণৰ-
ক্ৰ. নং. | বিত্তীয় বৰ্ষ | অৱত্তীৰ্ণ | উত্তীৰ্ণ
|
১ | ২০১০-১১ | ২১০৪৮
| ১০৯০৮ |
২ | ২০১১-১২ | ৬৪৭৭৭
| ৩৯৭১৫ |
৩ | ২০১২-১৩ | ৭৪৮১৭
| ৪৩০৭২ |
৪ | ২০১৩-১৪ | ১১৪৭৮৯
| ৭৬৮২৮ |
৫ | ২০১৪-১৫ | ১৪৭০০৬
| ৯৪৪৭৪ |
৬ | ২০১৫-১৬ | ৪,৯৪,৫৭৯
| ৩,৫২,৮৫১ |
৭ | ২০১৬-১৭ | ৫৫,০২৮
| ৩৮,০২৮ |
| মুঠ | ৯,২৫,৩১৩
| ৬,৫৫,৮৭৬ |
ক্ৰ. নং. | গাওঁ পঞ্চায়তৰ নাম | সাংসদ আদৰ্শ গ্ৰাম যোজনা এলেকাত চিহ্নাক্ত হোৱা নিৰক্ষৰতাৰ সংখ্যা | পৰীক্ষাত অৱত্তীৰ্ণ হোৱা শিকাৰুৰ সংখ্যা
| পৰীক্ষাত উত্তীৰ্ণ হোৱা শিকাৰুৰ সংখ্যা |
১ | কেমি জেলেম | ২৩২
| ২৩২
| ২৩২
|
২ | নামাতি | ১০০৮
| ১০০৮
| ১০০৮
|
৩ | ২ নং চোতিয়া | ৬১২
| ৬১২
| ৬১২
|
৪ | কলগেছিয়া | ৩৬৮০
| ৩৬৮০
| ৩৬৮০
|
৫ | কোচনিমাৰা জৰদাংগা
| ৩০৫৪ | ৩০৫৪ | ৩০৫৪ |
৬ | লংকাচি | ৩২২০
| ৩২২০
| ৩২২০
|
৭ | মাটিজুৰি-পাইকান | ২৪৩০
| ২৪৩০
| ২৪৩০
|
| মুঠ | ১৪২৩৬
| ১৪২৩৬
| ১৪২৩৬
|
অনৰূপ আঁচনি (Level A আৰু Level B)ৰ বাবে প্ৰকল্প প্ৰস্তাৱ দাখিল কৰিবলৈ ৰাষ্ট্ৰীয় সাক্ষৰতা অভিযান প্ৰাধিকৰণ, ভাৰত চৰকাৰে নিৰ্দেশাৱলী প্ৰস্তুত কৰে। সেই অনুসৰি ৰাজ্যিক সাক্ষৰতা অভিযান প্ৰাধিকৰণে প্ৰকল্প প্ৰস্তাৱ প্ৰস্তুত কৰি চৰকাৰলৈ আষৱশ্যকীয় অনুমোদনৰ বাবে পঠিয়াইছে। প্ৰাথমিক অৱস্থাত অনুৰূপ আঁচনিৰ জৰিয়তে অসমৰ ১২খন সাক্ষৰ ভাৰত অভিযান জিলাৰ ১,৩৪,৭৭৫জন শিকাৰুক প্ৰমাণ-পত্ৰ দিয়াৰ লক্ষ্য প্ৰস্তাৱ কৰাল হৈছে। সেই জিলাকেইখন হৈছে ধেমাজি, শোণিতপুৰ, দৰং, বৰপেটা, কোকৰাঝাৰ, বঙাইগাঁও, ধুবুৰী, গোৱালপাৰা, মৰিগাঁও, তিনিচুকীয়া, কাৰ্বি আংলং আৰু হাইলাকান্দি। Level A আৰু Level Bৰ বাবে গাঁও পঞ্চায়ত অনুসৰি প্ৰস্তাৱিত শিকাৰুসকল এনে ধৰণৰ-
ক্ৰ. নং. | জিলাৰ নাম | গাওঁ পঞ্চায়তৰ সংখ্যা | স্তৰ-এ ৰ কাৰণে প্ৰস্তাবিত শিকাৰুৰ সংখ্যা
| স্তৰ-বি ৰ কাৰণে প্ৰস্তাবিত শিকাৰুৰ সংখ্যা
| মুঠ |
১ | বঙাইগাওঁ
| ৬৫ | ৬৫০০ | ৩২৫০ | ৯৭৫০ |
২ | বৰপেটা
| ১২৯ | ৫১৬০ | ২৫৮০ | ৭৭৪০ |
৩ | ধুবুৰী
| ১৬৮ | ৬৭২০ | ৩৩৬০ | ১০০৮০ |
৪ | ধেমাজি
| ৬৫ | ৬৫০০ | ৩২৫০ | ৯৭৫০ |
৫ | দৰং
| ৭৫ | ৬৭৫০ | ৩৩৭৫ | ১০১২৫ |
৬ | হাইলাকান্দি
| ৬২ | ৬২০০ | ৩১০০ | ৯৩০০ |
৭ | গোৱালপাৰা
| ৮১ | ৬৪৮০ | ৩২৪০ | ৯৭২০ |
৮ | কোকোৰাঝাৰ
| ১৪৫ | ২৯০০ | ১৪৫০ | ৪৩৫০ |
৯ | মৰিগাওঁ
| ৮৫ | ৭৬৫০ | ৩৮২৫ | ১১৪৭৫ |
১০ | শোণিতপুৰ
| ১৫৮ | ২৮৪৪০ | ১৪২২০ | ৪২৬৬০ |
১১ | তিনিচুকীয়া
| ৮৫ | ২৫৫০ | ১২৭৫ | ৩৮২৫ |
১২
| কাৰ্বি আংলং | ১০০ | ৪০০০ | ২০০০ | ৬০০০ |
| মুঠ
| ১২১৮ | ৮৯৮৫০ | ৪৪৯২৫ | ১৩৪৭৭৫ |