মোৰ ভূমিকা :

অসম চৰকাৰ মাধ্যমিক শিক্ষা অনানুষ্ঠানিক আৰু প্ৰাপ্তবয়স্ক শিক্ষা সঞ্চালকালয়

নৱ সাক্ষৰসকলৰ শিক্ষাৰ ধাৰাবাহিকতা

ৰাজ্যিক সাক্ষৰতা অভিযানৰ অধীনস্থ কেন্দ্ৰসমূহৰ পৰা সফলতাৰে ওলাই অহা নৱ সাক্ষৰসকলক অবিৰত শিক্ষা প্ৰদান কৰাটোক লক্ষ্য কৰি লোৱা হৈছে। প্ৰাপ্তবয়স্ক শিক্ষা কেন্দ্ৰসমূহৰ জৰিয়তে এই লক্ষ্য পূৰ কৰিব পৰা যাব। প্ৰাপ্তবয়স্ক শিক্ষা কেন্দ্ৰই ধাৰ্য কৰি দিয়া কাৰ্যৰ দ্বাৰা এই শিক্ষক অবিৰত কৰিবলৈ প্ৰস্তাৱ লোৱা হৈছে।

ক. সাক্ষৰতাক দক্ষতাক ধৰি ৰখা আৰু উন্নয়ন কৰা

খ. দক্ষতা বিকাশ আঁচনি/বৃত্তিমুখী শিক্ষা ইত্যাদি।